আজান পখীআজান ফকিৰ

আজান পীৰ (Assamese) [ Roman: a.jan pir]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2015-03-20
1. Islam(Proper Noun-Masculine) Muslim Saint in Assam originted From Bagdad in middle age. অসমত মুছলমান ধৰ্মৰ প্ৰচাৰক৷ শংকৰদেৱৰ জন্মৰ প্ৰায় ১০০ বছৰ পাচত অৰ্থাৎ ১৬৩০ চনত আজান ফকিৰৰ অসমলৈ আগমন ঘটিছিল৷